মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

জোখ মাখৰ উৎপাদনকাৰী, বিক্ৰেতা আৰু মেৰামতি কৰোতাক অনুজ্ঞাপত্ৰ প্ৰদান

    • প্ৰতিজন জোখ মাখৰ উৎপাদনকাৰী, বিক্ৰেতা আৰু মেৰামতি কৰোতাই অনুজ্ঞাপত্ৰৰ বাবে আৱেদন প্ৰ-পত্ৰ নিৰ্ধাৰিত ধৰণত পোনপটীয়াকৈ আইনী পৰিমাপৰ নিয়ন্ত্ৰকক দাখিল কৰিব লাগিব।
    • প্ৰতিজন জোখ মাখৰ উৎপাদনকাৰী, বিক্ৰেতা আৰু মেৰামতি কৰোতাৰ বাবে অনুজ্ঞাপত্ৰৰ ম্যাদ অতি কমেও এবছৰলৈ থাকিব আৰু ইয়াক নিয়ন্ত্ৰকৰ দ্বাৰা বা তেওঁ অধিকাৰ দি থোৱা আন কোনো বিষয়াৰ দ্বাৰা একৰ পৰা পাঁচ বছৰলৈ ম্যাদ বৃদ্ধি কৰিব পৰিব।