ৱেবছাইটৰ আৰ্হিটোৰে সকলো বিভাগ আৰু উপ-সংগঠনসমূহৰ সৈতে লগ হৈ এটা সমন্বিত প'ৰ্টেল গঢ় দিয়াৰ বাবে কৰা সমূহীয়া প্ৰচেষ্টা। এই অপশ্য়নে উপ-সংগঠনসমূহৰ বিশদ বিৱৰণ দিয়াৰ লগতে উমৈহতীয়া ৱেবছাইটসমূহৰ লিংকসমূহলৈ লৈ যায়।
আমি সকলোবোৰ তথ্য় আৰু সহায় একেলগে আগবঢ়াবলৈ চেষ্টা কৰিছো যাতে আপোনালোকে এইসমূহ অনায়াসে বিচাৰি উলিয়াবলৈ সক্ষম হয়।
বৰ্তমান কাৰ্যকৰী হৈ থকা বিভিন্ন আচঁনিসমূহৰ লগতে এইসমূহৰ উপকাৰ,অনুদান আৰূ সহযোগিতাৰ বিষয়ে বিভিন্ন তথ লাভ কৰক ।
ই এক নথি পত্ৰৰ ভঁৰাল যত কোনো এতা সংগঠনৰ যিকোনো নথি-পত্ৰ খুব কম সময়ৰ ভিতৰতে বিচাৰি উলিয়াই সঠিক ঠাইত স্থাপন কৰিব পৰা যায় ।
আপুনি আমাৰ মন্ত্ৰী, গুৰুত্ত্বপূৰ্ণ বিষয়ে, আমাৰ লক্ষ্য আৰু উদ্দেশ্য, কামকাজ আৰু আমাৰ বিভাগটোৰ বিষয়ে বিশদ ভাৱে জানিবলৈ তথ্য ইয়াত উপলব্ধ হয়।
খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগঅধ্যক্ষ আৰু সচিবৰ কাৰ্যালয় ব্লক-C, তৃতীয় মহলা, অসম সচিবালয় দিচপুৰ,গুৱাহাটী-৭৮১০০৫ অসম
বিনামূলীয়া ফোন নম্বৰ(এছ)-১৮০০৩৪৫৩৬১১,১৯৬৭(কেৱল বিএছএনএল বাবে)