মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

গ্ৰাহক সজাগতা

  • এই আঁচনিৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকৰ মাজত তেওঁলোকৰ অধিকাৰৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু ৰাজ্যখনত বিভিন্ন সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা । এই আঁচনিৰ বাবে ভাৰত চৰকাৰে ধন প্ৰদান কৰে ।