মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

আমাৰ বুৰঞ্জী

  • খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগে আইনী পৰিমাপ/গ্ৰাহক সুৰক্ষা/পি়ডিএছ/টিপিডিএছ বস্তু বিতৰণকাৰী সংস্থাৰ জৰিয়তে আহৰণ আৰু বিতৰণ/অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ সহজলভ্যতা আৰু মূল্য চোৱাচিতা কৰা/ৰাজ্যিক আঞ্চলিক কোটাৰ অধীনত নিমখ আমদানি কৰিবৰ বাবে ৰাজ্যিক নমিনি বাচনি কৰা,এনএফএছএ ৰ ৰূপায়ণ,আমাৰ দোকান আৰু ভ্ৰাম্যমাণ আমাৰ দোকান,ধান আহৰণ,এনএফএছএৰ উপভোক্তাসকলক বিচাৰি ওলোৱা/এফচিআই,ৰেল বিভাগ,বাণিজ্য নিগম আৰু প্ৰতিস্থানীক আইঅ'চিএল আদিৰ লগত জৰিত বিষয় সমূহক চোৱাচিতা কৰে।

    এই বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনতখাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা আৰু আইনী পৰিমাপ নিয়ন্ত্ৰক সঞ্চালকালয়, লগতে জিলা আৰু মহকুমাৰ কাৰ্য্যালয় সমূহ আছে।