মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

ওজনআৰুমাপৰপৰীক্ষণআৰুমুদ্ৰাংকন

    • আইনী পৰিমাপ বিষয়াৰ পৰীক্ষণ আৰু মুদ্ৰাংকন অবিহনে কোনো ওজন বা মাপৰ বিক্ৰী কৰা নহয়।
    • যিকোনো ওজন বা মাপৰ ব্যৱহাৰকাৰীয়ে তেওঁৰ ওজন বা মাপ আইনী পৰিমাপ বিষয়াৰ কাৰ্যালয়ত পুনৰীক্ষণৰ বাবে দেখুৱাব লাগিব বা আইনী পৰিমাপ বিষয়াই নিৰ্ধাৰণ কৰি দিয়া আন কোনো ঠাইত দেখুৱাব লাগিব।
    • নিজৰ ঠাইৰ পৰা লৰচৰ কৰিব নোৱাৰা বস্তুৰ জোখ মাখৰ পুনৰীক্ষণ সেই ঠাইতে কৰা হয়।