মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

আমি কি কৰো

  • খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ দায়িত্ব হ'লসাধাৰণ মূল্য স্তৰ সামগ্ৰিক ভাবে স্থিৰ কৰি ৰাখা আৰু সঠিক জোখ আৰু পৰিমাণত পৰ্যাপ্ত বস্তু ৰাজ্যৰ জনতাক যোগান ধৰাটো নিশ্চিত কৰা।উপৰোক্ত প্ৰধান বিষয় সমূহ চোৱাচিতা কৰিবৰ বাবে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগটো ২টা সঞ্চালকালয়ৰে গঠিতঃ

    • খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা সঞ্চালকালয়,অসম
    • আইনী পৰিমাপ নিয়ন্ত্ৰক
     

    খাদ্য আৰু অসামৰিক যোগানে প্ৰশাসনিক বিভাগ হিচাপে প্ৰধান কাম হৈছে প্ৰধানতঃ আঁচনি প্ৰস্তুত কৰা আৰু ৰূপায়ন কৰা আৰু আঁচনিবোৰ চোৱাচিতা কৰা। আঁচনিবোৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় আৰু আইনী পৰিমাপ নিয়ন্ত্ৰক কাৰ্যালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হয়।বিষয় স্থাপনৰ পিছত দুয়োটা সংস্থাই ইয়াক চোৱাচিতা কৰে।