মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

এপলক

  • উপভোক্তা বিবাদ নিৰাময়ঃ

    ক. ৰাজ্যিক আয়োগ: ---------------- :১ টা

    খ. স্বতন্ত্ৰ জিলা উপভোক্তা বিবাদ নিৰাময় ফৰাম: ৮ খন (কামৰূপ, নলবাৰী, কোকৰাঝাৰ, শোণিতপুৰ, ডিব্ৰুগড়, যোৰহাট, নগাওঁ, কাছাৰ)

    গ. সাময়িক জিলা উপভোক্তা বিবাদ নিৰাময় ফৰাম: ১৫ খন(তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, ধেমাজী, লক্ষিমপুৰ, দৰং, বৰপেটা, গোৱালপাৰা, কাৰ্বি আংলং, উত্তৰ কাছাৰ পাহাৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধুবুৰী, মৰিগাঁও, বঙাইগাঁও)

    ঘ. ৰাজ্যিক আয়োগৰ বিষয়ববীয়া/জিলা ফৰাম:
    (১)ৰাজ্যিক আয়োগ: ১ জন অধ্যক্ষ, ২ জন সদস্য
    (২)স্বতন্ত্ৰ জিলা গ্ৰাহক ফৰাম: ১ জন অধ্যক্ষ, ২ জন সদস্য
    (৩)সাময়িক জিলা গ্ৰাহক ফৰাম: জিলা আৰু ন্যায়িক দণ্ডাধীশ, অধ্যক্ষ আৰু ২ জন সদস্য

    খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ শক্তি:

    (ক) সঞ্চালক: ১ জন ।
    (খ) যুটীয়া সঞ্চালক: ৪ জন ।
    (গ) উপ সঞ্চালক : ১৮জন
    (ঘ) সহ সঞ্চালক : ২১ জন
    (ঙ) অধীক্ষক : ৩৩ জন
    (চ)পৰিদৰ্শক : ১৮১ জন
    (ছ) উপ পৰিদৰ্শক: ২৪৯ জন

    বৈধ পৰিমাপ বিজ্ঞান নিয়ন্ত্ৰকৰ শক্তি:

    (১) আইনী পৰিমাপ নিয়ন্ত্ৰক : ১জন
    (২) যুটীয়া নিয়ন্ত্ৰক : ২ জন
    (৩) উপ নিয়ন্ত্ৰক : ৪ জন
    (৪) সহ নিয়ন্ত্ৰক : ১৬ জন
    (৫) পৰিদৰ্শক : ৬৫ জন

    খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ পৰিচালক আইন আৰু নিয়ম:

    • অত্যাৱশ্যকীয় সামগ্ৰী আইন-১৯৫৫
    • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩
    • গ্ৰাহক সুৰক্ষা আইন-১৯৮৬
    • অসম ৰাজহুৱা সামগ্ৰী বিতৰণ (নিয়ন্ত্ৰণ)- ১৯৮২
    • অসম সামগ্ৰী বাণিজ্য(অনুজ্ঞাপত্ৰ আৰু নিয়ন্ত্ৰণ) আদেশ- ১৯৮২
    • ৰাজহুৱা বিতৰণ ব্যৱস্থা (নিয়ন্ত্ৰণ) আদেশ – ২০১৫
    • খাদ্য সুৰক্ষা (ৰাজ্য চৰকাৰলৈ সহযোগিতা) নিয়ম -২০১৫
    • ক'লা বজাৰ প্ৰতিৰোধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী ব্যৱস্থাপনা আইন – ১৯৮০
    • অসম ধান আৰু চাউল ক্ৰয় (অনজ্ঞাপত্ৰ )স্থায়ী আদেশ – ১৯৯৫
    • অসম ধান আৰু চাউল ক্ৰয় (অনুজ্ঞাপত্ৰ প্ৰদান) (সংশোধন) স্থায়ী আদেশ -২০০০
    • আইনী পৰিমাপ (প্ৰৱৰ্তন)নিয়ম -২০১০
    • অসম জোখ মাখ সেৱা নিয়ম- ১৯৮১
    • অসম জোখ মাখ সেৱা (সংশোধন) নিয়ম- ২০০০
    • অসম ৰাজ্যিক গ্ৰাহক সুৰক্ষা নিয়ম – ১৯৮৯
    • অসম ৰাজ্যিক গ্ৰাহক সুৰক্ষা(সংশোধন) নিয়ম –২০১০
    • অসম (খাদ্য আৰু অসামৰিক যোগান) সেৱা নিয়ম- ১৯৭০
    • কেৰাচিন (বিক্ৰী মূল্য নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ) আদেশ ১৯৯৩ আৰু ইয়াৰ সংশোধন, ১৯৯৮/ ২০০১
    • এল পি জি (যোগানৰ নীতি আৰু বিতৰণ) আদেশ ২০০০ আৰু ইয়াৰ সংশোধন
    • লুব্ৰিকেটিং তেল গ্ৰীজ (সমদল, যোগান আৰু বিতৰণ)আদেশ ১৯৮৭
     

    উপাদান – ১ৰ অধীনত TPDS ৰ আৰম্ভণিৰ পৰা শেষলৈকে কম্পিউতাৰকৰণঃ

    • পৰিয়াল পৰিচয় পত্ৰ আৰু হিতাধিকাৰী তথ্যভাণ্ডাৰৰ ১০০% তথ্যৰ ডিজিটাইজেশ্বন
    • অনলাইন যোগান শৃংখল ব্যৱস্থাপনা গাওঁ পঞ্চায়ত সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকান পৰ্যায়লৈকে সামৰি লোৱা হৈছে
    • সুলভ মূল্য দোকান পৰ্যায়লৈকে অনলাইন আৱন্টন সম্পন্ন হৈছে।
    • সুলভ মূল্য দোকানৰ স্বয়ংক্ৰীয়কৰণ আৰু ই-পইন্ট অৱ ছেল সংস্থাপন এতিয়াও সম্পন্ন হবলৈ বাকী
    • ৰাজ্যিক স্বচ্ছতা পৰ্টেল সম্পূৰ্ণ হৈছে।
    • গোঁচৰ নিষ্পত্তি প্ৰক্ৰিয়া অনলাইন যোগে কাৰ্যক্ষম হৈ আছে।
    • এছ এম এছ গেটৱে এতিয়াও হবলৈ বাকী
     

    জিলা গোঁচৰ নিষ্পত্তি প্ৰক্ৰিয়া:

    ৰাজ্যিক নডেল বিষয়াসঞ্চালক, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা
    জিলা গোচৰ নিষ্পত্তিকাৰী বিষয়াসকলসকলো জিলাৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমাৰ দায়িত্ববাহী অতিৰিক্ত উপায়ুক্ত সকল (স্বায়ত্ব শাসিত পৰিষদৰ ব্যতিৰেকে), 
    ভাৰপ্ৰাপ্ত বিষয়া আৰু কাৰ্যবাহী, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা (স্বায়ত্ব শাসিত পৰিষদৰ ক্ষেত্ৰত)
    ভাৰপ্ৰাপ্ত কাৰ্যবাহী,জিলা পৰিষদ।
    গ্ৰাহক সুবিধা টেলিফোন নম্বৰ১৮০০৩৪৫৩৬১১ আৰু ১৯৬৭